মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

আমাৰ সংমণ্ডলসমূহ

সংমণ্ডল 

ক্ৰমিক জলসিঞ্চন সংমণ্ডল সদৰ কাৰ্যালয়
ধুবুৰী গৌৰীপুৰ
মানকাছাৰ হাটশিঙিমাৰী
গোৱালপাৰা যান্ত্ৰিক বাপুজীনগৰ, গোৱালপাৰা
গোৱালপাৰা বাপুজীনগৰ, গোৱালপাৰা
গোৱালপাৰা অনুসন্ধান ভালুকডুবি, গোৱালপাৰা
দুধনৈ দুধনৈ, গোৱালপাৰা জিলা
কোকৰাঝাৰ কোকৰাঝাৰ
কোকৰাঝাৰ যান্ত্ৰিক কোকৰাঝাৰ
চম্পামতী প্ৰকল্প নং ১ কোকৰাঝাৰ
১০ চম্পামতী নলা ঢালিগাওঁ, চিৰাং জিলা
১১ বঙাইগাওঁ উত্তৰ বঙাইগাওঁ
১২ বঙাইগাওঁ বৈদ্যুতিক উত্তৰ বঙাইগাওঁ
১৩ বৰপেটা সৰভোগ
১৪ পাঠশালা পাঠশালা
১৫ পহুমৰা ৰূপহী সৰুপেটা
১৬ নলবাৰী নলবাৰী
১৭ টিহু দক্ষিণ বজালী যান্ত্ৰিক টিহু
১৮ টিহু অনুসন্ধান টিহু
১৯ গুৱাহাটী উলুবাৰী, গুৱাহাটী
২০ গুৱাহাটী পশ্চিম উলুবাৰী, গুৱাহাটী
২১ গুৱাহাটী যান্ত্ৰিক চানমাৰী, গুৱাহাটী
২২ গুৱাহাটী বৈদ্যুতিক চানমাৰী, গুৱাহাটী
২৩ ৰঙিয়া ৰঙিয়া
২৪ বৰলীয়া তামুলপুৰ
২৫ শুক্লা গোৰেশ্বৰ
২৬ মঙলদৈ মঙলদৈ
২৭ মঙলদৈ যান্ত্ৰিক ওদালগুৰি
২৮ ধনশিৰি প্ৰকল্প ৱেৰ ভৈৰবকুণ্ড
২৯ টংলা টংলা
৩০ ধনশিৰি প্ৰকল্প নলা ১ ওদালগুৰি
৩১ ধনশিৰি প্ৰকল্প নলা ২ ওদালগুৰি
৩২ মঙলদৈ অনুসন্ধান ছিপাঝাৰ, দৰং জিলা
৩৩ ইটাখোলা তেজপুৰ
৩৪ তেজপুৰ তেজপুৰ
৩৫ তেজপুৰ যান্ত্ৰিক তেজপুৰ
৩৬ তেজপুৰ বৈদ্যুতিক তেজপুৰ
৩৭ বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলি
৩৮ ধেমাজি ধেমাজি
৩৯ ঢকুৱাখানা ঢকুৱাখানা
৪০ লক্ষীমপুৰ যান্ত্ৰিক উত্তৰ লক্ষীমপুৰ
৪১ লক্ষীমপুৰ উত্তৰ লক্ষীমপুৰ
৪২ ডিব্ৰুগড় ডিব্ৰুগড়
৪৩ ডিব্ৰুগড় যান্ত্ৰিক ডিব্ৰুগড়
৪৪ ডিব্ৰুগড় বৈদ্যুতিক বৈৰাগীমঠ, ডিব্ৰুগড়
৪৫ তিনিচুকীয়া) তিনিচুকীয়া
৪৬ শিৱসাগৰ শিৱসাগৰ
৪৭ যোৰহাট যোৰহাট
৪৮ যোৰহাট অনুসন্ধান যোৰহাট
৪৯ যোৰহাট যান্ত্ৰিক যোৰহাট
৫০ উজনি অসম খনন যোৰহাট
৫১ গোলাঘাট গোলাঘাট
৫২ কলিয়াবৰ ক্ষেত্ৰ উন্নয়ন জখলাবন্ধা
৫৩ নগাওঁ নগাওঁ
৫৪ কলিয়াবৰ আৰু সংযোজিত কলং নগাওঁ
৫৫ নগাওঁ অনুসন্ধান কাটিমাৰী, নগাওঁ
৫৬ নগাওঁ যান্ত্ৰিক নগাওঁ
৫৭ কলিয়াবৰ আৰু সংযোজিত কলং বৈদ্যুতিক নগাওঁ
৫৮ যমুনা ক্ষেত্ৰ উন্নয়ন হোজাই
৫৯ মৰিগাওঁ মৰিগাওঁ
৬০ বোকাজান সৰিয়হজান
৬১ কাৰ্বি আংলং ডিফু
৬২ ডিফু যান্ত্ৰিক বকলীয়া
৬৩ উত্তৰ উত্তৰ কাছাৰ পাহাৰ মাইবং
৬৪ দক্ষিণ উত্তৰ কাছাৰ পাহাৰ হাফলং
৬৫ শিলচৰ শিলচৰ
৬৬ শিলচৰ যান্ত্ৰিক শিলচৰ
৬৭ হাইলাকান্দি হাইলাকান্দি
৬৮ কৰিমগঞ্জ কৰিমগঞ্জ
৬৯ বৰাক উপত্যকা অনুসন্ধান বদৰপুৰ

ক্ষেত্ৰ উন্নয়ন সংমণ্ডলসমুহ

সম্পূৰ্ণ হোৱা তিনিটা বৃহত জলসিঞ্চন প্ৰকল্পৰ ক্ষেত্ৰ উন্নয়নৰ কাৰ্যসমূহৰ বাবে বিভাগত নিৰ্দিষ্টকৈ তিনিটা ক্ষেত্ৰ উন্নয়ন সংমণ়্ল আছে ।

শুক্লাই জলসিঞ্চন প্ৰকল্প  : শুক্লা সংমণ্ডল, গোৰেশ্বৰ, বাক্সা জিলা

কলিয়াবৰ আৰু সংযোজিত কলং জলসিঞ্চন প্ৰকল্প : কলিয়াবৰ ক্ষেত্ৰ উন্নয়ন সংমণ্ডল, জখলাবন্ধা

যমুনা জলসিঞ্চন প্ৰকল্প : যমুনা ক্ষেত্ৰ উন্নয়ন সংমণ্ডল, হোজাই

ইয়াৰ উপৰিও, আঁচনি বা প্ৰকল্পসমূহৰ পৰিকল্পিত সম্পূৰ্ণ এলেকাত জলসিঞ্চন সামৰ্থ্য আহৰণৰ অৰ্থে আন সংমণ্ডল সমুহৰ দ্বাৰাও প্ৰয়োজন সাপেক্ষে ক্ষেত্ৰ উন্নয়নৰ কাম হাতত লোৱা হয় ।

ৰাজ্যখনৰ সমগ্ৰ ক্ষেত্ৰ উন্নয়নৰ কামসমুহ দুজন অধ্যক্ষ তথা পৰিচালন সঞ্চালক (অতিৰিক্ত মুখ্য অভিযন্তা পৰ্যায়ৰ বিষয়া) হাতত ন্যস্ত কৰা হৈছে ।

নামনি অসম এলেকা : অধ্যক্ষ তথা পৰিচালন সঞ্চালক, নামনি অসম ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ

চানমাৰী, গুৱাহাটী-৭৮১০০৩

উজনি অসম এলেকা : অধ্যক্ষ তথা পৰিচালন সঞ্চালক, উজনি অসম ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ,কাটিমাৰী, নগাওঁ

ডাউনলোড কৰিবলৈ তলৰ লিংকত ক্লিক কৰক ।

Downloads
TitleSizeDetail
জলসিঞ্চন সংমণ্ডল আৰু সংশ্লিষ্ট বিধানসভা সমষ্টিৰ তালিকা13.21 KBswf-image
সমষ্টিৰ সৈতে সংশ্লিষ্ট জলসিঞ্চন সংমণ্ডলৰ নাম19.11 KBswf-image
জলসিঞ্চন মণ্ডল, জলসিঞ্চন চক্ৰ আৰু জলসিঞ্চন সংমণ্ডল14.29 KBswf-image