মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

জিলা ভিত্তিক পৰিকল্পনা

অসম চৰকাৰৰ জনসিঞ্চন বিভগে ৰূপায়ন কৰা আৰু তদাৰক কৰা আঁচনিসমূহ মূলতঃ তিনি ভাগত ভগাব পাৰি - বৃহৎ আঁচনি (১০০০০ হেক্টৰতকৈ অধিক ক্ষেত্ৰ আগুৰা) মজলীয়া আঁচনি (২০০০ হেক্টৰৰ পৰা ১০০০০ হেক্টৰপৰ্যন্ত ক্ষেত্ৰ আগুৰা)আৰু ক্ষুদ্ৰ আঁচনি (২০০০ হেক্টৰতকৈ কম ক্ষেত্ৰ আগুৰা)। মুঠ ২৭ লাখ হেক্টৰ কৃষিক্ষেত্ৰৰ ১৭ লাখ হেক্টৰত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে আৰু বাকী ১০ লাখ হেক্টৰত মজলীয়া তথা বৃহৎ জলসিঞ্চন আঁচনিৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থা কৰাৰ পৰিকল্পনা আছে । বিভিন্ন পুঁজি যোগানকাৰী অনুস্থানৰ পৰা প্ৰাপ্ত আৰ্থিক সাহাৰ্যৰে বিভাগে বিভিন্ন আঁচনি ল’বলৈ সমৰ্থ হৈছে । ইয়াৰে একাংশ সম্পূৰ্ণ কৰিব পৰা হৈছে আৰু আন কিছুমানৰ নিৰ্মাণকাৰ্য চলি আছে ।

Downloads
TitleSizeDetail
সম্পূৰ্ণ বৃহৎ তথা মজলীয়া আঁচনি, মাৰ্চ ২০১৯129.27 KBswf-image
সম্পূৰ্ণ ক্ষুদ্ৰ জলসিঞ্চন আঁচনি, মাৰ্চ ২০১৯5.22 MBswf-image
নিৰ্মীয়মান বৃহৎ তথা মজলীয়া আঁচনি, মাৰ্চ ২০১৯194.25 KBswf-image
নিৰ্মীয়মান ক্ষুদ্ৰ জলসিঞ্চন আঁচনি, মাৰ্চ ২০১৯1.98 MBswf-image
সামগ্ৰিক জিলা ভিত্তিক খতিয়ান132.27 KBswf-image
Districtwise Schemes