মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

নিযুক্তি ও জীৱিকা

১৮ তাৰিখৰ কাকতৰ বিজ্ঞাপনত দিয়া ৬৪৩টা বিভিন্ন পদৰ বিতং জানিবলৈ তথা অনলাইল আবেদন পূৰাবলৈ শেহতীয়া তথ্যলৈ (Latest) যাওক

To apply online for 643 various posts (open from 20 Dec 10:00 hours to 23:59 hours January 8, 2020) go to latest for details

কাৰিকৰী বিভাগ হিচাপে, জলসিঞ্চন বিভাগটোৰ কাৰ্যনিৰ্বাহৰ বাবে দক্ষ অভিযন্তা সকলক নিয়োগ কৰা হয়। এই অভিযন্তা সকলক অসম লোক সেৱা আয়োগৰ দ্বাৰা নিৰ্বাচন কৰা হয়।

জলসিঞ্চন বিভাগৰ ৰাজপত্ৰিত পদবী সমূহৰ সৰ্বনিম্ন স্তৰ হৈছে সহকাৰী অভিযন্তা । আৰু পদবীসমূহৰ অনুক্ৰমটি এনে ধৰণৰ :

অন্যান্য সৰ্বনিম্ন পদসমূহ এনেধৰণৰ :

  • কনিষ্ঠ অভিযন্তা- ডিপ্লমাধাৰী অভিযন্তা। এওঁলোকক অসম লোক সেৱা আয়োগে নিযুক্তি দিয়ে।
  • জন সংযোগ বিষয়া আৰু গৱেষণা সহায়ক, পৰিসংখ্যা বিভাগৰ উপ পৰিদৰ্শকসকলকো অসম লোক সেৱা আয়োগৰ দ্বাৰাই নিযুক্তি প্ৰদান কৰা হয়।
  • তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক মুখ্য অভিযন্তাই নিযুক্তি দিয়ে। আনহাতে, জিলা পৰ্যায়ৰ কৰ্মচাৰীসকলক চৰকাৰ তথা মুখ্য অভিযন্তাৰ অনুমোদন সাপেক্ষে নিযুক্তি প্ৰদান কৰা হয়।
  • মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণ বিষয়া পদটো অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে অসম অসামৰিক সেৱাৰ বিষয়াৰ দ্বাৰা পূৰণ কৰে।
Appointment of JE