২০০০ হেক্টৰ পৰ্যন্ত সৰ্বমুঠ এলেকা জলসিঞ্চন প্ৰকল্পবোৰ এইটো ভাগত ধৰা হয় । সম্পূৰ্ণ হোৱা তথা নিৰ্মীয়মান গভীৰ নলীনাদ, উত্তোলন তথা বোৱতী আঁচনি আদিৰ সমষ্ট এই ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমুহৰ শেহতীয়া ভৌতিক তথা আৰ্থিক তথ্যবোৰ তলত দিয়া হ’ল (মাৰ্চ, ২০১৯):
আঁচনিৰ স্থিতি | বোৱতী জলসিঞ্চন আঁচনি | উত্তোলিত জলসিঞ্চন আঁচনি | গভীৰ নলীনাদ জলসিঞ্চন আঁচনি | অগভীৰ নলীনাদ জলসিঞ্চন আঁচনি | মুঠ |
---|---|---|---|---|---|
সম্পূৰ্ণ | ১৫০১ | ৪৬২ | ৫১৫ | ১৮২ | ২৬৬০ |
নিৰ্মীয়মান | ৪৮৩ | ১৬৬ | ৪০৭ | ২৬ | ১০৮২ |
মুঠ | ১৯৮৪ | ৬২৮ | ৯৯২ | ২০৮ | ৩৭৪২ |
অধিক জানিবৰ বাবে :
জিলাপৰ্যায় - ক্ষেত্ৰপৰ্যায় - খণ্ডপৰ্যায়ৰ নিৰ্মীয়মান ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ বিষয়ে জানিবৰ বাবে : ইয়াত ক্লিক কৰক।
জিলাপৰ্যায় - ক্ষেত্ৰপৰ্যায় - খণ্ডপৰ্যায়ৰ সম্পূৰ্ণ হোৱা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ বিষয়ে জানিবৰ বাবে : ইয়াত ক্লিক কৰক।