মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

নিৰ্মীয়মান বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্ৰকল্পসমূহ

  • মধ্যমীয়া জলসিঞ্চন প্ৰকল্প

    ২০০০ হেক্টৰৰ পৰা ১০০০০ হেক্টৰ পৰ্যন্ত জলসিঞ্চন সামৰ্থ্যযুক্ত আঁচনিবোৰক মধ্যমীয়া আঁচনি বুলি ধৰা হয় ।

    বৃহৎ জলসিঞ্চন প্ৰকল্প

    ১০০০০ হেক্টৰৰ অধিক জলসিঞ্চন সামৰ্থ্যযুক্ত আঁচনিবোৰক বৃহৎ আঁচনি বুলি ধৰা হয় ।

    নিৰ্মীয়মান প্ৰকল্পৰ নাম জিলা বিধানসভা সমষ্টি জলসিঞ্চন সংমণ্ডল
    বৃহৎ জলসিঞ্চন প্ৰকল্প
    ধনশিৰি বোৱতী জলসিঞ্চন প্ৰকল্প ওদালগুৰি ওদালগুৰি মাজবাট আৰু পানেৰি ওদালগুৰি-মাজবাট
    মধ্যমীয়া জলসিঞ্চন প্ৰকল্পসমূহ
    বৰলীয়া বোৱতী জলসিঞ্চন প্ৰকল্প বাক্সা তামুলপুৰ তামুলপুৰ
    বুৰিদিহিং নদীৰ পৰা আৰু খোৱাং এলেকাৰ উত্তোলন জলসিঞ্চন আঁচনি ডিব্ৰুগড় মৰাণ মৰাণ-টিংখং
    আমৰেং বোৱতী জলসিঞ্চন আঁচনি কাৰ্বি আংলং বৈঠালাংচু কাৰ্বি আংলং
    Downloads
    TitleSizeDetail
    নিৰ্মীয়মান বৃহৎ আৰু মজলীয়া আঁচনিসমূহ মাৰ্চ ২০১৯286.66 KBswf-image
    নিৰ্মীয়মান বৃহৎ আৰু মজলীয়া আঁচনিসমূহ মাৰ্চ ২০২০109.33 KBswf-image
    নিৰ্মীয়মান বৃহৎ আৰু মজলীয়া আঁচনিসমূহ মাৰ্চ ২০২১48 KBswf-image