• ×

সম্পূৰ্ণ হোৱা বৃহৎ আৰু মধ্যমীয়া জলসিঞ্চন প্ৰকল্পসমূহ

  • শেহতীয়া উন্নীতকৰণ: October 13, 2023
  • মুকলিৰ তাৰিখ : অনুপলব্ধ
প্ৰকল্পৰ নাম জলসিঞ্চন সংমণ্ডল জিলা বিধানসভা সমষ্টি
 বৃহৎ জলসিঞ্চন প্ৰকল্পসমূহ
যমুনা বোৱতী জলসিঞ্চন প্ৰকল্প যমুনামুখ-হোজাই-লামডিং সংমণ্ডল হোজাই আৰু কাৰ্বি আংলং যমুনামুখ হোজাই লামডিং আৰু হাওৰাঘাট
যমুনা বোৱতী জলসিঞ্চন প্ৰকল্পৰ আধুনিকীকৰণ যমুনামুখ-হোজাই-লামডিং সংমণ্ডল হোজাই আৰু কাৰ্বি আংলং যমুনামুখ হোজাই লামডিং আৰু হাওৰাঘাট
শুক্লা বোৱতী জলসিঞ্চন প্ৰকল্প শুক্লাই-চেৰফাং-গোৰেশ্বৰ সংমণ্ডল বাক্সা তামুলপুৰ আৰু ৰঙিয়া
শুক্লা বোৱতী জলসিঞ্চন প্ৰকল্পৰ আধুনিকীকৰণ শুক্লাই-চেৰফাং-গোৰেশ্বৰ সংমণ্ডল বাক্সা তামুলপুৰ ৰঙিয়া আৰু কমলপুৰ
চম্পামতী বোৱতী জলসিঞ্চন প্ৰকল্প চম্পামতী প্ৰকল্প আৰু চম্পামতী প্ৰকল্প নলা ১ সংমণ্ডল কোকৰাঝৰ, চিৰাং আৰু বঙাইগাঁও কোকৰাঝাৰ পূব, বঙাইগাঁও আৰু চিডলী
বৰদিকৰাই জলসিঞ্চন প্ৰকল্প চতিয়া সংমণ্ডল শোণিতপুৰ চতিয়া
কলং আৰু সোণাই নদীৰ অৱবাহিকাৰ পৰা সংযোজিত জলসিঞ্চন প্ৰকল্প নগাওঁ-বৰহমপুৰ সংমণ্ডল নগাওঁ, মৰিগাওঁ কলিয়াবৰ, চামগুৰি, বৰহমপুৰ, নগাওঁ,
ৰূপহীহাট, বটদ্ৰৱা, ৰহা আৰু মৰিগাঁও
মধ্যমীয়া জলসিঞ্চন প্ৰকল্পসমূহ
লংগা বোৱতী জলসিঞ্চন প্ৰকল্প গোসাইগাওঁ-কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ কোকৰাঝাৰ
ভুমকি বোৱতী জলসিঞ্চন প্ৰকল্প টিহু বজালী, বাক্সা চাপাগুৰি
ডেকাডং বোৱতী জলসিঞ্চন প্ৰকল্প বৰমা-চাপাগুৰি বাক্সা চাপাগুৰি
ৰূপহী বোৱতী জলসিঞ্চন প্ৰকল্প ভবানীপুৰ বৰপেটা ভবানীপুৰ
পহুমৰা বোৱতী জলসিঞ্চন প্ৰকল্প ভবানীপুৰ বৰপেটা ভবানীপুৰ
কালদিয়া বোৱতী জলসিঞ্চন প্ৰকল্প টিহু বৰপেটা পাটাচাৰকুছি
কলিয়াবৰ উত্তোলন জলসিঞ্চন প্ৰকল্প কলিয়াবৰ-চামগুৰি সংমণ্ডল নগাওঁ কলিয়াবৰ
কুলচিক বোৱতী জলসিঞ্চন প্ৰকল্পৰ উন্নয়ন মঙ্গলদৈ-দলগাওঁ-ছিপাঝাৰ ওদালগুৰি পানেৰী
হৰগুটি বোৱতী জলসিঞ্চন প্ৰকল্প কাৰ্বি আংলং কাৰ্বি আংলং হাওৰাঘাট
দিখাৰি বোৱতী জলসিঞ্চন প্ৰকল্প কাৰ্বি আংলং কাৰ্বি আংলং হাওৰাঘাট
হাৱাইপুৰ বোৱতী জলসিঞ্চন প্ৰকল্প কাৰ্বি আংলং কাৰ্বি আংলং বৈঠালাংচু
Universal Accessibility Menu