• ×

নিৰ্মীয়মান বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্ৰকল্পসমূহ

  • শেহতীয়া উন্নীতকৰণ: October 13, 2023
  • মুকলিৰ তাৰিখ : অনুপলব্ধ

মধ্যমীয়া জলসিঞ্চন প্ৰকল্প

২০০০ হেক্টৰৰ পৰা ১০০০০ হেক্টৰ পৰ্যন্ত জলসিঞ্চন সামৰ্থ্যযুক্ত আঁচনিবোৰক মধ্যমীয়া আঁচনি বুলি ধৰা হয় ।

বৃহৎ জলসিঞ্চন প্ৰকল্প

১০০০০ হেক্টৰৰ অধিক জলসিঞ্চন সামৰ্থ্যযুক্ত আঁচনিবোৰক বৃহৎ আঁচনি বুলি ধৰা হয় ।

নিৰ্মীয়মান প্ৰকল্পৰ নাম জিলা বিধানসভা সমষ্টি জলসিঞ্চন সংমণ্ডল
বৃহৎ জলসিঞ্চন প্ৰকল্প
ধনশিৰি বোৱতী জলসিঞ্চন প্ৰকল্প ওদালগুৰি ওদালগুৰি মাজবাট আৰু পানেৰি ওদালগুৰি-মাজবাট
মধ্যমীয়া জলসিঞ্চন প্ৰকল্পসমূহ
বৰলীয়া বোৱতী জলসিঞ্চন প্ৰকল্প বাক্সা তামুলপুৰ তামুলপুৰ
বুৰিদিহিং নদীৰ পৰা আৰু খোৱাং এলেকাৰ উত্তোলন জলসিঞ্চন আঁচনি ডিব্ৰুগড় মৰাণ মৰাণ-টিংখং
আমৰেং বোৱতী জলসিঞ্চন আঁচনি কাৰ্বি আংলং বৈঠালাংচু কাৰ্বি আংলং
Universal Accessibility Menu