• ×

ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহ

  • শেহতীয়া উন্নীতকৰণ: October 13, 2023
  • মুকলিৰ তাৰিখ : অনুপলব্ধ

ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহ

২০০০ হেক্টৰ পৰ্যন্ত সৰ্বমুঠ এলেকা জলসিঞ্চন প্ৰকল্পবোৰ এইটো ভাগত ধৰা হয় । সম্পূৰ্ণ হোৱা তথা নিৰ্মীয়মান গভীৰ নলীনাদ, উত্তোলন তথা বোৱতী আঁচনি আদিৰ সমষ্টি এই ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমুহৰ শেহতীয়া ভৌতিক তথা আৰ্থিক তথ্যবোৰ তলত দিয়া হ’ল (মাৰ্চ, ২০২১):

আঁচনিৰ স্থিতি বোৱতী জলসিঞ্চন আঁচনি উত্তোলিত জলসিঞ্চন আঁচনি গভীৰ নলীনাদ জলসিঞ্চন আঁচনি অগভীৰ নলীনাদ জলসিঞ্চন আঁচনি মুঠ পি এম কে এছ ৱাই
সম্পূৰ্ণ ১৬১৪ ৪৮৩ ৫৯৩ ১৯২ ২৮৮২ ২৩৪৮ (প্ৰথম পৰ্যায়)
নিৰ্মীয়মান ৩৭৮ ১৩৯ ৪৪৪ ২১ ৯৮২

২৪৩১ (প্ৰথম পৰ্যায়)

৪৯২০(দ্বিতীয় পৰ্যায়)

মুঠ ১৯৯২ ৬২২ ১০৩৭ ২১৩ ৩৮৬৪

৪৭৭৯ (প্ৰথম পৰ্যায়)

৪৯২০(দ্বিতীয় পৰ্যায়)

অধিক জানিবৰ বাবে :

জিলাপৰ্যায় - ক্ষেত্ৰপৰ্যায় - খণ্ডপৰ্যায়ৰ নিৰ্মীয়মান ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ বিষয়ে জানিবৰ বাবে : ইয়াত ক্লিক কৰক।

জিলাপৰ্যায় - ক্ষেত্ৰপৰ্যায় - খণ্ডপৰ্যায়ৰ সম্পূৰ্ণ হোৱা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ বিষয়ে জানিবৰ বাবে : ইয়াত ক্লিক কৰক।

Universal Accessibility Menu