মধ্যমীয়া জলসিঞ্চন প্ৰকল্প
২০০০ হেক্টৰৰ পৰা ১০০০০ হেক্টৰ পৰ্যন্ত জলসিঞ্চন সামৰ্থ্যযুক্ত আঁচনিবোৰক মধ্যমীয়া আঁচনি বুলি ধৰা হয় ।
বৃহৎ জলসিঞ্চন প্ৰকল্প
১০০০০ হেক্টৰৰ অধিক জলসিঞ্চন সামৰ্থ্যযুক্ত আঁচনিবোৰক বৃহৎ আঁচনি বুলি ধৰা হয় ।
| নিৰ্মীয়মান প্ৰকল্পৰ নাম | জিলা | বিধানসভা সমষ্টি | জলসিঞ্চন সংমণ্ডল |
|---|---|---|---|
| বৃহৎ জলসিঞ্চন প্ৰকল্প | |||
| ধনশিৰি বোৱতী জলসিঞ্চন প্ৰকল্প | ওদালগুৰি | ওদালগুৰি মাজবাট আৰু পানেৰি | ওদালগুৰি-মাজবাট |
| মধ্যমীয়া জলসিঞ্চন প্ৰকল্পসমূহ | |||
| বৰলীয়া বোৱতী জলসিঞ্চন প্ৰকল্প | বাক্সা | তামুলপুৰ | তামুলপুৰ |
| বুৰিদিহিং নদীৰ পৰা আৰু খোৱাং এলেকাৰ উত্তোলন জলসিঞ্চন আঁচনি | ডিব্ৰুগড় | মৰাণ | মৰাণ-টিংখং |
| আমৰেং বোৱতী জলসিঞ্চন আঁচনি | কাৰ্বি আংলং | বৈঠালাংচু | কাৰ্বি আংলং |