২০০০ হেক্টৰ পৰ্যন্ত সৰ্বমুঠ এলেকা জলসিঞ্চন প্ৰকল্পবোৰ এইটো ভাগত ধৰা হয় । সম্পূৰ্ণ হোৱা তথা নিৰ্মীয়মান গভীৰ নলীনাদ, উত্তোলন তথা বোৱতী আঁচনি আদিৰ সমষ্টি এই ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমুহৰ শেহতীয়া ভৌতিক তথা আৰ্থিক তথ্যবোৰ তলত দিয়া হ’ল (মাৰ্চ, ২০২১):
আঁচনিৰ স্থিতি | বোৱতী জলসিঞ্চন আঁচনি | উত্তোলিত জলসিঞ্চন আঁচনি | গভীৰ নলীনাদ জলসিঞ্চন আঁচনি | অগভীৰ নলীনাদ জলসিঞ্চন আঁচনি | মুঠ | পি এম কে এছ ৱাই |
---|---|---|---|---|---|---|
সম্পূৰ্ণ | ১৬১৪ | ৪৮৩ | ৫৯৩ | ১৯২ | ২৮৮২ | ২৩৪৮ (প্ৰথম পৰ্যায়) |
নিৰ্মীয়মান | ৩৭৮ | ১৩৯ | ৪৪৪ | ২১ | ৯৮২ |
২৪৩১ (প্ৰথম পৰ্যায়) ৪৯২০(দ্বিতীয় পৰ্যায়) |
মুঠ | ১৯৯২ | ৬২২ | ১০৩৭ | ২১৩ | ৩৮৬৪ |
৪৭৭৯ (প্ৰথম পৰ্যায়) ৪৯২০(দ্বিতীয় পৰ্যায়) |
অধিক জানিবৰ বাবে :
জিলাপৰ্যায় - ক্ষেত্ৰপৰ্যায় - খণ্ডপৰ্যায়ৰ নিৰ্মীয়মান ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ বিষয়ে জানিবৰ বাবে : ইয়াত ক্লিক কৰক।
জিলাপৰ্যায় - ক্ষেত্ৰপৰ্যায় - খণ্ডপৰ্যায়ৰ সম্পূৰ্ণ হোৱা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ বিষয়ে জানিবৰ বাবে : ইয়াত ক্লিক কৰক।