• ×

খেতিয়কৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন

শেহতীয়া উন্নীতকৰণ: June 28, 2023

এনে কাৰ্যসূচীবোৰ সাধাৰণতে বিভিন্ন বিত্তীয় অনুস্থানৰ পৰা প্ৰাপ্ত পুঁজিৰে সম্পাদন কৰা হয় । অসম গ্ৰাম্য পৰিকাঠামো আৰু কৃষি সেৱা পৰিযোজনাৰ (ARIASP – Assam Rural Infrastructure and Agriculture Services Project)অধীনত জল উপভোক্তা সংস্থাসমূহৰ সদস্যসকলক জলসিঞ্চন আঁচনিসমূহৰ পৰিচালনা তথা সাধাৰণ মেৰামতিৰ ১৮১টা প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হয় । ইয়াৰ উপৰিও জলসিঞ্চন বিষয়া, সংশ্লিষ্ট বেচৰকাৰী সংস্থা, আৰু জল উপভোক্তা সংস্থাসমূহৰ সদস্য কৃষকসকলক লৈ দেশৰ বিভিন্ন ৰাজ্যত কিছু শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে ।

Universal Accessibility Menu