• ×

মূল্যৰ তালিকা

শেহতীয়া উন্নীতকৰণ: June 14, 2024

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কৰ্ম পৰিসৰৰ অধীনত বিভাগটোৰ সকলো শাখাৰ বাবে মূল্যসূচী প্ৰস্তুত কৰা হয়। ২০১৭-১৮ বৰ্ষৰ মূল্যৰ তালিকা খন ৰাজ্যৰ বিভাগসমূহৰ সাধাৰণ বিৱৰণ আৰু ৰাজ্যত বৰ্তমানে চলি থকা বস্তুসমূহৰ বা পণ্যসমূহৰ বজাৰ মূল্য সমূহক বিবেচনাত ৰাখি প্ৰস্তুত কৰা হৈছে। জলসিঞ্চন বিভাগৰ অধীনস্থ সকলোবোৰ কামক মূল্যৰ তালিকা খনৰ অন্তৰ্ভুক্ত কৰা হৈছে।

বৈদ্যুতিক শাখাৰ ২০১৯-২০ মূল্যৰ তালিকাত এইবাৰ সাধাৰণতে পাই থকা ট্ৰান্সফৰ্মাৰ তথা বৈদ্যুতিক লাইনৰ কামৰো কিছুমান পদ ধৰা হৈছে । আটাইবোৰ পদৰে ক্ষেত্ৰত জি এছ টি ধৰা হোৱা নাই । প্ৰাককলনৰ সময়ত সেই সময়ত প্ৰযোজ্য হাৰত দৰি ল'ব লাগিব । 

যান্ত্ৰিক শাখাৰ মূল্যৰ তালিকাখন পোন প্ৰথমবাৰৰ বাবে ডিচেম্তবৰ ২০১৯ৰ পৰা উপলব্ধ কৰা হৈছে ।

Universal Accessibility Menu